অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদত অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ আজি দ্বিতীয় দিন, মণিপুৰ প্ৰসংগক লৈ আজিও চলিব শাসক-বিৰোধীৰ বিতৰ্ক

সংসদত অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ আজি দ্বিতীয় দিন

বিৰোধীৰ আক্ৰমণত বিব্ৰত কেন্দ্ৰ চৰকাৰ

মণিপুৰ প্ৰসংগক লৈ আজিও চলিব শাসক-বিৰোধীৰ বিতৰ্ক

অনাস্থা প্ৰস্তাৱক লৈ ভাষণ ৰাখিব কেইবাগৰাকীও সাংসদে

বিৰোধীৰ স্থিতিক লৈ শংকিত শাসকীয় পক্ষ

বিতৰ্কৰ বাবে বিজেপিৰ বাবে ৬.৪১ ঘণ্টা, বিৰোধীৰ বাবে ১.১৫ঘণ্টা দিলে সংসদে

১২ ঘণ্টীয়া অনাস্থা বিতৰ্কক লৈ উৎসুক দেশবাসী

১০ আগষ্টত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব মোদীয়ে

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.