EducationSocialঅসমদৈনিক বাতৰি

গণিত, বিজ্ঞানৰ ইংৰাজী মাধ্যমৰ পাঠদানক লৈ স্থিতি স্পষ্ট শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

উচ্চ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰে লৈছে এই পদক্ষেপ

মাজুলীত শিক্ষামন্ত্ৰী ৰণোজ পেগু। ১৪এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত গিনিছ ৱৰ্লড ৰেকৰ্ডৰ বাবে প্ৰস্তুতি চলোৱা গড়মূৰৰ বিহুৰ আখৰা পৰ্যবেক্ষণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। লগতে মাজুলী-লখিমপুৰ সংযোগী দলঙৰ কাম-কাজো পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানত মাধ্যম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।’অসমীয়া মাধ্যমতে থাকিব বিদ্যালয়সমূহ। ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে লোৱা হৈছে এই পদক্ষেপ। গণিত আৰু বিজ্ঞানৰহে ইংৰাজী পাঠ্যপুঠি দিয়া হৈছে। শিক্ষকে পাঠদান কৰোতে অসমীয়া ভাষাতেই পাঠদান কৰিব।উচ্চ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰে লৈছে এই পদক্ষেপ।’

লগতে শিক্ষক নিযুক্তিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.