AssamRegionalSocial

এতিয়াৰে পৰা সহজতে পাব ড্ৰাইভিং লাইচেন্স!

১ জুনৰ পৰা কাৰ্যকৰী হ’ব নতুন নীতি-নিৰ্দেশনা

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ নতুন নিয়ম

১ জুনৰ পৰা কাৰ্যকৰী হ’ব নতুন নীতি-নিৰ্দেশনা

ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নতুন নিয়ম

পৰিবহণ কাৰ্যালয়ৰ পৰিৱৰ্তে লাইচেন্স দিব পাৰিব ব্যক্তিগত স্কুলে

চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব ব্যক্তিগত ড্ৰাইভিং স্কুল

সহজ আৰু সুবিধাজনক হ’ব ড্ৰাইভিং লাইচেন্স পোৱাৰ ক্ষেত্ৰত

লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব ২ হাজাৰ টকা

লাৰ্ণাৰ লাইচেন্সৰ বাবে সৰ্বমুঠ ২৫০ টকাৰ মাচুল আদায় দিব লাগিব

আন্তৰ্জাতিক ড্ৰাইভিং অনুমতিৰ বাবে দিব লাগিব এহেজাৰ টকা

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.