Socialঅপৰাধঅসম

অসমত মাওবাদীৰ ভয়ংকৰ নেটৱৰ্ক! উদ্ধাৰ বহু ভয়ংকৰ তথ্য

তথ্যৰ আধাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘নিয়া’ৰ অভিযান

◾অসমত মাওবাদীৰ ভয়ংকৰ নেটৱৰ্ক

◾বৰাক উপত্যকাৰ বাগানত গঢ়ি উঠিছে নেটৱৰ্ক

◾মাওবাদী নেতাক গ্রেপ্তাৰৰ পিছত উদ্ধাৰ বহু তথ্য

◾গ্রেপ্তাৰ হৈছিল মাওবাদী নেতা কাঞ্চন দাস

◾তথ্যৰ আধাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘নিয়া’ৰ অভিযান

◾৪ জিলাৰ ১৭টা স্থানত ‘নিয়া’ৰ বৃহৎ অভিযান

◾কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড়, ধুবুৰীত অভিযান

◾পাথাৰ কান্দিত গ্রেপ্তাৰ দম্পতী ৰাজু ওৰাং, পিংকী ওৰাং

◾ওৰাং দম্পতীৰ গৃহত আশ্ৰয় লৈছিল ৭ মহিলা কেডাৰে

◾নাহৰকটীয়াতো আটক মাওবাদী মহিলা কেডাৰ

◾কাছাৰৰ পৰা আহি আত্মগোপন কৰিছিল নাহৰকটীয়াত

◾কাছাৰৰ মহাথালপুঞ্জী গাঁৱৰ বাসিন্দা মহিলা কেডাৰ

◾আটক সৰস্বতী ওৰাং নামৰ মাওবাদী কেডাৰ

◾জব্দ অপত্তিজনক নথি-পত্ৰ, ডিজিটেল ডিভাইচ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + twenty =

Back to top button