অসমঅসম আৰক্ষীদৈনিক বাতৰি

অসম আৰক্ষী উদ্যোগত দীক্ষান্ত পেৰেড সমাৰোহ ২০২৩

অসম আৰক্ষী উদ্যোগত দীক্ষান্ত পেৰেড সমাৰোহ ২০২৩

অসম আৰক্ষী উদ্যোগত দীক্ষান্ত পেৰেড সমাৰোহ ২০২৩। ডিব্ৰুগড়ৰ জিলা  টেঙাখাটত থকাৰ ১৯ নং অসম আৰক্ষীৰ বেটেলিয়ানত আজি সফলতাৰে সম্পন্ন হয় ২০২৩ বৰ্ষৰ দীক্ষান্ত পেৰেড সমাৰোহখনি। এই সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক  মন্ত্ৰী বিমল বৰাই।

অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান সত্যেন্দ্ৰ নাৰায়ণ সিঙেও অতিথি হিচাপে অংশগ্ৰহণ কৰে।  অসম আৰক্ষীৰ বাহিনীৰ সৰ্ব মুঠ ৬৮২ জন প্ৰশিক্ষণপ্ৰাপ্ত জোৱানক আজি দীক্ষান্ত সমাৰোহত স্বীকৃতি প্ৰদান কৰা হয়। সমাৰোহত তিনিটা ইউনিটৰ ১২জন শ্ৰেষ্ঠ জোৱানকো  পুৰস্কৃত কৰা হয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.