অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ঢকুৱাখানাত অৰুণোদয় আঁচনি প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি, ২০০ৰ পৰা ৩০০ টকা সংগ্ৰহক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ  

অৰুণোদয় আঁচনি প্ৰদানৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২০০ৰ পৰা ৩০০ টকা সংগ্ৰহক লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

ঢকুৱাখানাত ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

অৰুণোদয় আঁচনি প্ৰদানৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২০০ৰ পৰা ৩০০ টকা সংগ্ৰহক লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

শেহতীয়াকৈ অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি ঢকুৱাখনা মহকুমাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।

অৰুণোদয় আঁচনিৰ নামত পূৰ্বৰে পৰাই ঢকুৱাখনাত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ।

প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে শাসকীয় দলৰ নেতা কৰ্মীয়ে অৰুণোদয় আঁচনিৰ সুবিধা পোৱাৰ লগতে লাভ কৰিছে এই আচনিৰ ধন।

অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই ঢকুৱাখনা মাজ জালভাৰী গাঁও পঞ্চায়ত প্ৰতিনিধি আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে এইদৰে কৰিলে প্ৰতিবাদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.