অসমগুৱাহাটীদৈনিক বাতৰি

ছয়মাইল উৰনীয়া সেতুৰ তলত অৰ্ধশতাধিক ই ৰিক্সা চালকৰ প্ৰতিবাদ

ছয়মাইল উৰনীয়া সেতুৰ তলত অৰ্ধশতাধিক ই ৰিক্সা চালকৰ প্ৰতিবাদ

ছয়মাইল উৰনীয়া সেতুৰ তলত অৰ্ধশতাধিক ই ৰিক্সা চালকৰ প্ৰতিবাদ। প্ৰতিবাদ সাব্যস্ত কৰে জিলা পৰিৱহন বিভাগৰ বিষয়াৰ বিৰুদ্ধে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী।

বিগত দুটা দিনত জিলা পৰিৱহন বিভাগে জব্দ কৰিছে পাচ শতাধিক ই ৰিক্সা। বিহিছে ১০ৰ পৰা ২০ হাজাৰ টকাকৈ জৰিমনা। উপায়হীন হৈ প্ৰতিৱাদ সাব্যস্ত কৰাৰ লগতে নিবনুৱাসকলক টেটু চেপা দিলে হাতত বন্দুক লৱলৈ সাজু বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ। ঘটনাস্থলীত উপস্থিত দিশপুৰ আৰক্ষী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.