অসমমনোৰঞ্জন

সকলোকে আচৰিত কৰি কাৰ সৈতে বিয়াত বহিল দেৱলীনা ভট্টাচাৰ্য?

দেৱলীনা আৰু ছানৱাজে ইজনে সিজনক প্ৰায় দুবছৰৰ বাবে ডেট কৰিছিল।

সকলোকে আচৰিত কৰি কাৰ সৈতে বিয়াত বহিল ‘সাথ নিভানা সাথিয়া’ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। বহুলোকে বৰ্তমানলৈকে তেওঁলোকৰ বিয়াখন প্ৰেংক বুলিয়ে ভাবি আছে। কিন্তু দেৱলীনাই এই কথা স্পষ্ট কৰিছে যে তেওঁলোকে আদালতত বিবাহ কৰিছে। বৰ্তমান এইটো নিশ্চিত যে দেৱলীনা বিবাহিত। কিন্তু আচৰিত কথাটো হ’ল যে দেৱলীনাৰ স্বামী কোন?

The Internet Can't Decide If Devoleena Bhattacharjee's New Pics Are  Actually From Her Wedding

 

শেষতীয়াকৈ এইটো প্ৰকাশ পাইছে যে দেৱলীনাই কাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। অসম কন্যাগৰাকীয়ে জিম প্ৰশিক্ষক ছানৱাজ শেখৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভ কৰিছে। দেৱলীনা আৰু ছানৱাজে ইজনে সিজনক প্ৰায় দুবছৰৰ বাবে ডেট কৰিছিল। একে সময়তে, তেওঁলোকে এতিয়া বিয়াত বহি জীৱনৰ এক নতুন পৰ্যায়ত ভৰি দিছে। আৰু বৰ্তমান তেওঁ কইনাৰ ফটো শ্বেয়াৰ কৰিছে।

Devoleena Bhattacharjee ties the knot with gym trainer, see FIRST pics of  newlyweds | Tv News – India TV

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button