নলবাৰীৰ এখন বিবাহক লৈ চলিছে চৰ্চা। নলবাৰীৰ বৰখনাজানত আছিল এইখন বিয়া। দৰা আছিল নলবাৰীৰ গোপালবজাৰৰ। কইনা আনিবলৈ গৈ সুৰামত্ত দৰা হোমৰ গুৰিতে বাগৰি পৰিল। অভিযোগ মতে দৰাৰ পিতৃও সুৰাসক্ত হৈ আছিল। দৰাৰ এনে ৰূপ দেখি কইনাই ল’লে চৰম সিদ্ধান্ত। মাতাল দৰাৰ লগত বিয়াত নবহাৰ সিদ্ধান্ত ল’লে কইনাই। হাহাকাৰ লাগিল ৰভাস্থলিত। অৱশেষত ৰভাস্থলিত উপস্থিত হব লগা হল আৰক্ষীৰ দল। কইনাৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাই পৰিয়ালেও। আৰু অৱশেষত কইনা অবিহনে উভতিল সুৰাসক্ত দৰা।
Read More »Marriage
প্ৰতিজনি যুৱতীৰ বাবেই তেওঁৰ বিবাহৰ দিনটো অতি বিশেষ। সেই দিনটোত কইনা গৰাকীয়ে সাজি-কাচি দৰাৰ বাবে ৰৈ থাকে। কিন্তু কইনাক নিবলৈ…
Read More »হোমৰ জুইক সাক্ষী কৰি ডেৰগাঁৱৰ মিনাক্ষীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । ১৫ বছৰীয়া প্ৰেমৰ অন্তত…
Read More »বিবাহপাশত আবদ্ধ হ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ কন্যা কৃষ্টি চৌধুৰী। ইতিমধ্যে ছচিয়েল মিডিয়াত কন্যাৰ বিয়াৰ…
Read More »সাজু হৈছে আচুৰ্য। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ কন্যা মিনাক্ষীক আনিবলৈ সাজু আচুৰ্য। ২৭ ফেব্ৰুৱাৰীত বিয়াত বহিব দুয়ো। এতিয়া সকলোৰে মুখে মুখে…
Read More »উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ এগৰাকী চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাই চলিত মাহৰ ৩০ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিয়া বাতিল কৰিছে। বিয়া বাতিল কৰাৰ…
Read More »আজি ৰাজস্থানৰ নাথদ্বাৰাস্থিত শ্ৰীনাথজী মন্দিৰত শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট আৰু নীতা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ…
Read More »এটা ব্যতিক্ৰমী যুটি। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এহাল দৰা-কইনা। এই ব্যতিক্ৰমী যুটিটো দেখি আচৰিত হৈ পৰিব আপুনিও। দৰা যথেষ্ট…
Read More »এখন ব্যতিক্ৰমী বিবাহ। বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ৩৫০ যোৰাতকৈ অধিক দৰা-কইনা। আৰ্থিক সংকটৰ বাবে তেওঁলোকে কৰিব…
Read More »সকলোকে আচৰিত কৰি কাৰ সৈতে বিয়াত বহিল ‘সাথ নিভানা সাথিয়া’ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। বহুলোকে বৰ্তমানলৈকে তেওঁলোকৰ বিয়াখন প্ৰেংক বুলিয়ে ভাবি…
Read More »