ক্ৰিকেটখেল

অৰ্জুন তেণ্ডুলকাৰৰ অভিলেষ; ৰাণৰ জোখেৰে পিতৃ শচীনতকৈ থাকিল এখোজ আগত

২৩ বছৰীয়া অৰ্জুনে ১২টা চাৰি আৰু ২টা ছয়ৰে ১৭৮ টা বলত শতক সম্পূৰ্ণ কৰে।

পিতৃ শচীনতকৈয়ো এখোজ আগত পুত্ৰ অৰ্জুন। প্ৰথমখন খেলতে শতকৰে আৰম্ভ কৰিছে ক্ৰিকেট জগতৰ কেৰিয়াৰ। ৰঞ্জী ট্ৰফীৰ এখন খেলত বুধবাৰে গোৱাৰ হৈ খেলি থকাৰ সময়তে ৰাজস্থানৰ বিৰুদ্ধে আক্ৰমণাত্মক ইনিংছ খেলে অৰ্জুনে। ২৩ বছৰীয়া অৰ্জুনে ১২টা চাৰি আৰু ২টা ছয়ৰে ১৭৮ টা বলত শতক সম্পূৰ্ণ কৰে।

Arjun Tendulkar Century: Jr Tendulkar MATCHES father Sachin Tendulkar for BIG record, scores CENTURY on Ranji DEBUT, Check OUT

১৯৮৮ চনত গুজৰাটৰ বিৰুদ্ধে প্ৰথম ইনিংছত অপৰাজিত ১০০ ৰাণ সংগ্ৰহ কৰিছিল পিতৃ শচীন টেণ্ডুলকাৰে। পুত্ৰ অৰ্জুনে ১০৪ ৰাণ সংগ্ৰহ কৰি আৰু এখোজ আগুৱাই গৈছে। গোৱাইও প্ৰথম ইনিংছত ৪২০ ৰাণ সংগ্ৰহ কৰিছে। এতিয়া দলটোৱে জয়ৰ প্ৰতি লক্ষ্য ৰাখিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button