অসমঅসম আৰক্ষী

বনগাহৰি বনাম অসম আৰক্ষী, গাহৰিৰ পিছে পিছে দৌৰিছে আৰক্ষী

বহু প্ৰচেষ্টাৰ অন্তত বনগাহৰিটো ধৰিবলৈ সক্ষম হয় আৰক্ষী। ঘটনা দেখি প্ৰত্যক্ষদর্শীয়ে ভয় আৰু শংকাৰ মাজতে মাৰিলে শেষ হাঁহি।

সমুখ সমৰত অসম আৰক্ষী আৰু বনগাহৰি। বনগাহৰিয়ে টোপনি হৰিছে আৰক্ষীৰ। দেৰগাঁৱত আৰক্ষী আৰু বনগাহৰিৰ মাজত খেদাখেদি।

এইবাৰ আৰক্ষীৰ সন্ত্ৰাসবাদীৰে যুদ্ধ নহয়। এইবাৰ বনগাহৰিৰে যুদ্ধ দেৰগাঁও আৰক্ষীৰ। গাহৰিৰ পিছে-পিছে দৌৰিছে আৰক্ষী। গাহৰিৰ অভিযানত মিনি আৰক্ষীৰ দল। মঙলবাৰে পুৱতি নিশা দেৰগাঁৱৰ মাজমজিয়াত সন্ত্ৰাস চলোৱা বনগাহৰিটো ধৰিবলৈ আৰক্ষীৰ অভিযান। অৱশেষত সফল হ’ল অভিযান। বহু প্ৰচেষ্টাৰ অন্তত বনগাহৰিটো ধৰিবলৈ সক্ষম হয় আৰক্ষী। ঘটনা দেখি প্ৰত্যক্ষদর্শীয়ে ভয় আৰু শংকাৰ মাজতে মাৰিলে শেষ হাঁহি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.