অৰ্থনৈতিকঅসমকৃষিখাদ্য

সমগ্ৰ দেশ মূল্যবৃদ্ধিত জৰ্জৰিত হৈ থকাৰ সময়তে কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে ঢকুৱাখনাত যুৱকে

ঢকুৱাখনা ভোমা আহোম গাৱঁৰ পনৱ সন্দিকৈ নামৰ যুৱকজনে নিজৰ গাঠিৰ ধন ভাঙি মূগা ফাৰ্ম, তামোল-পাণৰ খেতিৰ লগতে BSF ফাৰ্মিঙৰ জ়ড়িয়তে জৈৱিক সাৰ উৎপাদন কৰি স্বাৱলম্বি হৈছে

যি সময়ত সমগ্ৰ দেশ মূল্যবৃদ্ধিত জৰ্জৰিত হৈ আছে তেনে সময়তে কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে ঢকুৱাখনাত এজন যুৱকে।

ঢকুৱাখনা ভোমা আহোম গাৱঁৰ পনৱ সন্দিকৈ নামৰ যুৱকজনে নিজৰ গাঠিৰ ধন ভাঙি মূগা ফাৰ্ম, তামোল-পাণৰ খেতিৰ লগতে BSF ফাৰ্মিঙৰ জ়ড়িয়তে জৈৱিক সাৰ উৎপাদন কৰি স্বাৱলম্বি হৈছে।

মূগা খেতি উৎপাদন কৰি বিভিন্ন প্ৰান্তত বজাৰ দখল কৰা যুৱকজনে ৫০০ৰো অধিক তামোলৰ খেতি, ঘৰতে জৈৱিক পদ্ধতিৰে পান খেতিৰ উপৰিও বৃহৎ পুখুৰীত মৎস্য পালনৰ জৰিয়তে প্ৰতি বছৰে ৩ ৰ পৰা ৪ লাখ টকা উপাৰ্জন কৰি পৰিয়াল চলাই নিবলৈ সক্ষম হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.