Covid-19অসম

ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰৰ দেহত ক’ভিড পজিটিভ

নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি

⚫ক’ভিডত আক্ৰান্ত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ

⚫ছাত্ৰাবাসত থকা ১০জন ছাত্ৰৰ দেহত ক’ভিডৰ উপস্থিত

⚫মঙলবাৰে ছাত্ৰকেইজনৰ দেহত ধৰা পৰে ক’ভিড

⚫বৰ্তমান আইশ্বলেছনত ৰখা হৈছে আটাইকেইজন ছাত্ৰক

⚫আনহাতে এক্সিচ বেংকৰ তিনিজন কৰ্মচাৰীৰ দেহতো পোৱা গৈছে ক’ভিড

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − one =

Back to top button