Covid-19অসমস্বাস্থ্য

অসম পালেহি মাৰাত্মক অ’মিক্ৰণ

আক্ৰান্ত এজন অসমৰ বিপৰীতে বাকী কেইজন মেঘালয়ৰ

◾ অসমৰ এজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ

◾ মেঘালয়লৈ গৈছিল অসমৰ লোকজন

◾ মেঘালয় চৰকাৰৰ জেনম চিকুৱেন্স টেষ্টত ধৰা পৰে অ’মিক্ৰণ

◾ মেঘালয়ত ৫জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ

◾ আক্ৰান্ত এজন অসমৰ বিপৰীতে বাকী কেইজন মেঘালয়ৰ

◾ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী মহিলা

◾ আক্ৰান্তসকলৰ এগৰাকী আহিছিল আমেৰিকাৰ পৰা

◾ আন এগৰাকী দিল্লীৰ পৰা আহিছিল শ্বিলঙলৈ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.