Socialঅসমভ্ৰমণ

তেলৰ অভাৱত বন্ধ হ’ল নিমাতী-মাজুলীৰ মাজৰ বিভাগীয় ফেৰী সেৱা

তেলৰ ডিপোত বকেয়া ধন আদায় নিদিয়াৰ বাবে এই সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়

তেলৰ অভাৱতে অৱশেষত বন্ধ হ’ল নিমাতী-মাজুলীৰ মাজৰ বিভাগীয় ফেৰী সেৱা।

তেলৰ অভাৱতে বন্ধ হ’ল নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰা ৰ’পেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ৷ যাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৰ অফলামুখত এখন ফেৰীৰ বাবে যাত্ৰীয়ে হাহাকাৰৰ সৃষ্টি হৈছে৷

দৰাচলতে, তেলৰ ডিপোত বকেয়া ধন আদায় নিদিয়াৰ বাবে এই সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

ৰ’পেক্সত টিকট কটাৰ পিছতো গন্তব্য স্থানলৈ যাবলৈ নোপোৱা যাত্ৰীসকলে এখন ফেৰীৰ বাবে ঘাটতে অপেক্ষা কৰিবলগীয়া হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button