অসমৰাজনৈতিক

‘আটাইতকৈ ডাঙৰ বৃত্তি হৈছে ৰাজনীতি, ৰাজনীতিত সদায় পৰীক্ষা দিব লাগে’- ড০ হিমন্ত বিশ্ব শৰ্মা

এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, "আজিৰ দিনত আটাইতকৈ ডাঙৰ বৃত্তিটো হৈছে ৰাজনীতি। ৰাজনীতিকে প্ৰতিটো দিনত পৰীক্ষা দিব লাগে

‘আটাইতকৈ ডাঙৰ বৃত্তি হৈছে ৰাজনীতি, ৰাজনীতিত সদায় পৰীক্ষা দিব লাগে’-এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আজিৰ দিনত আটাইতকৈ ডাঙৰ বৃত্তিটো হৈছে ৰাজনীতি। ৰাজনীতিকে প্ৰতিটো দিনত পৰীক্ষা দিব লাগে। ৰাজনীতিকে পৌৰ সভা, পৌৰ নিগমৰ পৰীক্ষা দিব লাগে। সবাতোকৈ ডাঙৰ পৰীক্ষা হ’ব ৫ বছৰত। IAS এবাৰ পৰীক্ষা দিলে জীৱন ভৰ পৰীক্ষা শেষ। ৰাজনীতিৰ পৰীক্ষা সদায় হয়। অসমত এচাম নতুন ৰাজনীতিক লাগে। খুব কাম কৰা বাবে হাবিয়াস থাকিব লাগিব। সদায় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ হাবিয়াস থাকিব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.