অপৰাধঅসমআঞ্চলিক

সাৱধান! এই নম্বৰ কেইটাই লুটিব পাৰে আপোনাৰ একাউন্টৰ ধন

অসম আৰক্ষীয়ে মুকলি কৰিছে চাইবাৰ চক্ৰৰ ৩৯টাকৈ বিশেষ নম্বৰ

সাৱধান! এই নম্বৰ কেইটাই লুটিব পাৰে আপোনাৰ একাউন্টৰ ধন

অসম আৰক্ষীয়ে মুকলি কৰিছে চাইবাৰ চক্ৰৰ ৩৯টাকৈ বিশেষ নম্বৰ৷ এই নম্বৰকেইটাৰ পৰা জনতাক সাৱধান হোৱাৰ আহ্বান আৰক্ষীৰ, এই নম্বৰ কেইটাই লুটিব পাৰে আপোনাৰ একাউন্টৰ ধন! ইতিমধ্যে ৰাজ্যৰ বহু লোক টাৰ্গেট হৈছে এই নম্বৰ কেইটাৰ৷

বহিঃৰাজ্যত বহি এই নম্বৰ কেইটাই লুটিছে অসমৰ লোকৰ একাউন্টৰ ধন ৷ এই নম্বৰৰ ফোন আহিলে ৰিচিভ নকৰিবলৈ জনতাক আহ্বান অসম আৰক্ষীৰ৷ আনকি দুটা বেংক একাউন্ট নম্বৰো প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে৷ GooglePe, PhonePe, PayTMকে ধৰি বিভিন্ন UPI ID সংলগ্ন হৈ আছে একাউন্ট দুটাত৷

সেই একাউন্টৰ লগত ভূলতো ট্ৰেনজেকচ্যন নকৰিবলৈ আহ্বান আৰক্ষীৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.