অসমআঞ্চলিক

উফ! এইবাৰ হেনো যোৰহাটত ওলংগ বাবা ওলাইছে…

যোৰহাটৰ বৰুৱা চাৰিআলিত দুখন ব'লেৰো গাড়ীত আহিল দুজন উলংগ বাবা

উফ! এইবাৰ হেনো যোৰহাটত ওলংগ বাবা ওলাইছে…

ৰাজ্যত সোপাধৰা আতংকৰ মাজতেই যোৰহাটত উলংগ বাবাক লৈ আতংক। যোৰহাটৰ বৰুৱা চাৰিআলিত UP ৰেজিষ্ট্ৰেচন এখন হ’ল UP 25 BU 3134 নাম্বাৰ আৰু UP 25 DD 7195 নাম্বাৰৰ দুখন ব’লেৰো গাড়ীত আহিল দুজন উলংগ বাবা৷ লগতে আৰু কেইবাজনো ভক্তক দেখি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

যিটো সময়ত ৰাজ্যত সোপাধৰাৰ আতংকই বিৰাজ কৰিছে তেনে সময়তে যোৰহাটৰ মাজমজিয়াৰ বৰুৱা চাৰিআলীত উলংগ বাবাক দেখি শংকিত হৈ পৰিছে যোৰহাটবাসী।

উল্লেখযোগ্য যে আৰক্ষীয়ে আহি বৰ্তমান উলংগ বাবাসহ বাকীকেইজনক থানালৈ লৈ যায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.