Assamleatest updateSocialunivers

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ পৰা প্ৰথমটো বৈজ্ঞানিক পৰীক্ষাৰ বাৰ্তা প্ৰেৰণ চন্দ্ৰযান-3ৰ।

চন্দ্ৰপৃষ্ঠৰ থাৰ্ম’ফিজিকেল তথ্য প্ৰেৰণ চন্দ্ৰযান-3

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-3ৰ অভিযান

প্ৰথমটো বৈজ্ঞানিক পৰীক্ষাৰ বাৰ্তা প্ৰেৰণ

লেণ্ডাৰত সংযোজিত ChaSTEয়ে দিলে নিৰীক্ষণ তথ্য

চন্দ্ৰপৃষ্ঠৰ থাৰ্ম’ফিজিকেল তথ্য প্ৰেৰণ চন্দ্ৰযান-3

চন্দ্ৰপৃষ্ঠত পৃথক পৃথক স্থানত আছে পৃথক তাপমান!

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত তাপমান প্ৰায় ৫০ ডিগ্ৰী ছেলচিয়াছ

একেদৰে ৮০mm গভীৰতাত তাপমান মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছ

ChaSTE পেল’ডত আছে ১০টাকৈ চেন্সৰ

চন্দ্ৰযান-3ৰ সৈতে মুঠ ৭টা পেল’ড ডিভাইছ প্ৰেৰণ কৰা হৈছিল

পৃথিৱীৰ বিকিৰণৰ ওপৰতো নিৰীক্ষণ চলাইছে পেল’ডসমূহে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button