Assamঅসমদৈনিক বাতৰি

বৰ্দ্ধিত বিদ্যুৎ মাচুলক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, APDCLৰ পুত্তলিকা দাহেৰে প্ৰতিবাদী কাৰ্যসূচী

বৰ্দ্ধিত বিদ্যুৎ মাচুলক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

বৰ্দ্ধিত বিদ্যুৎ মাচুলক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

APDCLৰ পুত্তলিকা দাহেৰে প্ৰতিবাদী কাৰ্যসূচী

মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ প্ৰতিবাদ

বিদ্যুৎ মাচুল বৃদ্ধিৰ জাননী দাহেৰে প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ প্ৰতিবাদত অংশগ্ৰহণ

কংগ্ৰেছ শাসনলৈ আহিলে বিদ্যুৎ বিনামূলীয়া কৰাৰ আশ্বাস

শাসনলৈ আহিলে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়া কৰিব কংগ্ৰেছে

শাসনাধিষ্ঠিত দল বিজেপিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

‘জাতি মুখ্যমন্ত্ৰীৰ ATM, মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াল বুলি কটাক্ষ’

‘মোৰ দেউতা মুখ্যমন্ত্ৰী থাকোঁতে বিজেপিয়ে কোম্পানী খোলাৰ অফাৰ আনিছিল’

‘মই শাসনলৈ আহিলে কোম্পানী খুলি সাহায্য নলওঁ’

এইদৰেই মুখ্যমন্ত্ৰীক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.