Covid-19অসম

বাতিল হ’ল বিশ্ববিদ্যালয় সপ্তাহ, বিশ্ববিদ্যালয়ৰ হোষ্টেল বন্ধৰ ঘোষণা গুৱাহাটী বিশ্ববিদ্য়ালয় কৰ্তৃপক্ষৰ

ক’ভিডৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ

⚫ক’ভিড-১৯ক লৈ তৎপৰ GU কৰ্তৃপক্ষ

⚫বাতিল কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ

⚫বিশ্ববিদ্যালয় সপ্তাহৰ সাংস্কৃতিক অনুষ্ঠানো বাতিলৰ ঘোষণা

⚫১৫ৰ পৰা ১৯ ডিচেম্বৰলৈ বিশ্ববিদ্যালয়ৰ হোষ্টেল বন্ধৰ আহ্বান

⚫ক’ভিডৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ

⚫বহিৰাগত লোকৰ প্ৰৱেশতো নিষেধাজ্ঞা প্ৰদান

⚫কম সংখ্যক লোকেৰে কাম-কাজ কৰাৰ সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − six =

Back to top button