Assamঅসমদৈনিক বাতৰি

বিজনীত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

বিজনীত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

বিজনীত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

পুৱা ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

আধাৰ কাৰ্ড, চৰকাৰী বিদ্যালয় বন্ধৰ বিৰোধিতাৰে প্ৰতিবাদ

বিনামূলীয়া পাঠ্যপুথি যোগানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ

সমান্তৰালকৈ বসুন্ধৰা ২ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আমছুৰ । ধৰ্মঘটস্থলীত মন্ত্ৰী ৰনোজ পেগু মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে বিজনী মহকুমা কাৰ্যালয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.