অসমআঞ্চলিকৰাজনৈতিক

উপ-নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম, কোন সমষ্টিত কোন প্ৰাৰ্থী?

উপ-নিৰ্বাচনৰ বাবে বিজেপি, ৰাইজৰ দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে মঙলবাৰে তিনি সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কংগ্ৰেছে

৩০ অক্টোবৰত অনুষ্ঠিত হ’ব বিধান সভাৰ উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে মাৰ বান্ধি সাজু ৰাজনৈতিক দলসমূহ।

উপ-নিৰ্বাচনৰ বাবে বিজেপি, ৰাইজৰ দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে মঙলবাৰে তিনি সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কংগ্ৰেছে।

Congress Candidates List

তালিকা অনুসৰি গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জুয়েল টুডু। তামুলপুৰত বিপিএফৰ প্ৰাৰ্থীৰ বিপক্ষে ভাস্কৰ দাহালে প্ৰতিদ্বন্দিতা আগবঢ়াব। অন্যহাতে, থাওৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব মনোৰঞ্জন কোঁৱৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.