অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীফটো

ঘৃণণীয়! মহানগৰীত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ’ বনালে ৫ যুৱকে

অভিযুক্তকেইজনৰ বিৰুদ্ধে ১৯/২২ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে পলাতক অৱস্থাত আছে আটাইকেইজন অভিযুক্ত।

মহানগৰীত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী কিশোৰী।

মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হয় এই ঘৃণনীয় কাণ্ড। এটা বন্ধ কোঠাত ৫জন যুৱকে দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ’ কৰে কিশোৰীগৰাকীৰ। ঘটনা সন্দৰ্ভত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

অভিযুক্তকেইজনৰ বিৰুদ্ধে ১৯/২২ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে পলাতক অৱস্থাত আছে আটাইকেইজন অভিযুক্ত। কিশোৰীগৰাকীৰ শাৰীৰিক পৰীক্ষা সম্পন্ন কৰি তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.