Socialঅসমৰাষ্ট্ৰীয় সুৰক্ষা

বীৰ ছহীদৰ বাসগৃত মুখ্যমন্ত্ৰী, ছহীদৰ পৰিয়ালক দিলে ৫০ লাখ টকাৰ ছেক…

ধূপ-চাকি জ্বলাই মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বীৰ ছহীদ সুমন স্বৰ্গীয়াৰী

কিছুদিন পূৰ্বে মণিপুৰত উগ্ৰপন্থীৰ এম্বুচত ছহীদ হৈছিল অসম ৰাইফলচৰ প্ৰায় ৭ জন জোৱান। এই আক্ৰমণত ছহীদ হৈছিল অসমৰ বাক্সাৰ সুমন স্বৰ্গীয়াৰীয়ো।

ছহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহ আজি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধূপ-চাকি জ্বলাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বীৰ ছহীদগৰাকীক।

মুখ্যমন্ত্ৰীগৰাকীয়ে ছহীদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়ালবৰ্গকো সাক্ষাত কৰে আৰু ৫০ লাখ টকাৰ ছেক প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.