অপৰাধঅসম

বাল্যবিবাহঃ গ্ৰেপ্তাৰ ২০৪৪ ত কৈও অধিক অবৈধ স্বামী

প্ৰতিখন জিলাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান (Assam Drive Against Child Marriage)। প্ৰতিখন জিলাতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিছে বাল্য বিবাহৰ (Child Marriage) সৈতে জড়িত শ শ লোক। সম্প্ৰতি আৰক্ষীৰ জালত ২০৪৪ ত কৈও অধিক লোক। মহানগৰীত ৰুজু হৈ আছিল ১৯২টা গোচৰ।হাতীগাঁও, দিছপুৰ আৰক্ষীয়ে আটক কৰিলে আটাইকে। দিছপুৰ থানাত বাল্য বিবাহৰ ৬০টা গোচৰ। POCSO আদালতত জমা অৰ্ধশতাধিক FIR। গাড়ীত ভৰাই ভৰাই আচামীক আদালতত হাজিৰ। আদালত চৌহদৰ এনে দৃশ্যই এতিয়া স্পষ্ট কৰিছে যে বাল্য বিবাহিতৰ এতিয়া অভাৱ নাই অসমত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − five =

Back to top button