অসমদৈনিক বাতৰিভাৰতভ্ৰমণৰাজনৈতিক

দুদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ! কি কি কাৰ্যসুচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে

আজি মানকাচৰলৈ যাব গৃহমন্ত্ৰীগৰাকী

◾দুদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ

◾নিশা ১২ বজাত বৰঝাৰত অৱতৰণ গৃহমন্ত্ৰীৰ

◾গৃহমন্ত্ৰীক আদৰণি ৰাজ্যপাল জগদীশ মুখীৰ

◾আদৰণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাই

◾বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা কইনাধৰালৈ

◾নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটালে গৃহমন্ত্ৰীয়ে

◾আজি মানকাচৰলৈ যাব গৃহমন্ত্ৰীগৰাকী

◾পৰিদৰ্শন কৰিব ভাৰত-বাংলাদেশ সীমান্ত

◾অংশ ল’ব BSFৰ শিবিৰত বিশেষ কাৰ্যসূচীত

◾ইয়াৰ পিছতে গৃহমন্ত্ৰী ৰাওনা তামুলপুৰৰ গীতানগৰলৈ

◾বিয়লি তামুলপুৰত উদ্বোধন কৰিব একাধিক আঁচনি

◾৯ মে’ৰ বিয়লি গৃহমন্ত্ৰী উপস্থিত হ’ব আমিনগাঁৱত

◾আমিনগাঁৱৰ পৰা সন্ধিয়া উপস্থিত হ’ব GMCHত

◾উদ্বোধন কৰিব ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

◾নিশা কইনা ধৰাৰ আলহী হ’ব গৃহমন্ত্ৰী

◾১০ মে’ত নেহৰু ষ্টেডিয়ামত বিশেষ কাৰ্যসূচী

◾অসম আৰক্ষীক প্ৰদান কৰিব ৰাষ্ট্ৰপতিৰ নিচান বঁটা

◾উলুবাৰীস্থিত গেষ্টহাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণ

◾বিয়লি খানাপাৰা খেলপথাৰত গৃহমন্ত্ৰীৰ কাৰ্যসূচী

◾চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠনত উপস্থিত থাকিব গৃহমন্ত্ৰী

◾কইনাধৰাত ৰাজ্যৰ আইন-শৃংখলা পৰ্যালোচনা বৈঠক

◾সন্ধিয়া শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ’ব গৃহমন্ত্ৰী

◾কলাক্ষেত্ৰতেই মন্ত্ৰী-বিধায়ক, বিষয়াৰে নৈশ আহাৰ গ্ৰহণ

◾ইয়াৰ পিছতে দিল্লীলৈ উৰা মাৰিব গৃহমন্ত্ৰী অমিত শ্বাহ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − seventeen =

Back to top button