Social

চিকিৎসা মহাবিদ্যালয়ত শীঘ্ৰেই হ’ব নিযুক্তি!

কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন। পঢ়ক...

ৰাজ্যৰ চিকিৎসালয়সমূহত বৃহৎ নিযুক্তিৰ ঘোষণা।
চিকিৎসা মহাবিদ্যালয়সমূহত দিয়া হ’ব ২,০০৮ নিযুক্তি।
৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ অনলাইন আবেদন প্ৰক্ৰিয়া।
২২ ফেব্ৰুৱাৰীত অন্ত পৰিব আবেদনৰ সময়সীমা।
টেকনিকেল, ন’ন টেকনিকেল, ৪ৰ্থ বৰ্গৰ বাবে নিযুক্তি।
www.dme.assam.gov.in যোগে কৰিব পাৰিব আবেদন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button