AssamCity newsCrimeleatest update

গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিছে শিশু নিৰ্যাতনৰ ঘটনা।

পুনৰ এগৰাকী অধ্যাপকৰ ঘৰত উদ্ধাৰ হৈছে নিৰ্যাতিতা এটি ১০ বছৰীয়া শিশু।

পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনাই জোঁকাৰি গৈছে ৰাজ্য়। গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিছে শিশু নিৰ্যাতনৰ ঘটনা। পুনৰ এগৰাকী অধ্যাপকৰ ঘৰত উদ্ধাৰ হৈছে নিৰ্যাতিতা এটি শিশু। চিকিৎসক গৰাকীৰ নাম চাবিনা লাংথাছা।

ভগদত্তপুৰ পিয়া এক্স’টিকা নামৰ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে শিশুটি। উদ্ধাৰ হোৱা নিৰ্যাতিতা শিশুটিৰ বয়স ১০ বছৰ।চিকিৎসক চাবিনা লাংথাছাৰ ঘৰত দীৰ্ঘদিনৰ পৰা শিশু শ্ৰমিক হিচাপে ব্যৱহৃত আছিল কণমানিটি।

উল্লেখ্য় যে,  শিশুটিৰ শৰীৰৰ বিভিন্ন স্থানত স্পষ্ট আঘাতৰ চিন। মাৰপিটৰ লগতে শিশুটিক গাত গৰম ইস্ত্ৰী লগাই নিৰ্যাতন চলোৱা হৈছিল। দুটাকৈ বেচৰকাৰী সংগঠনে উদ্ধাৰ কৰে শিশুটিক। ঘটনা সন্দৰ্ভত ভগদত্তপুৰ থানাত ৰুজু গোচৰ। খাবলৈ নিদিয়াকৈ বান্ধি থয় শিশুটিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.