অসমখেলগুৱাহাটীচীনদৈনিক বাতৰিবিশ্বভাৰত

এছিয়াডৰ ষষ্ঠ দিনত ভাৰতৰ চমক… দুটা স্বৰ্ণসহ ৫টাকৈ পদক আজুৰিলে ভাৰতে

এছিয়াডৰ ষষ্ঠ দিনত ভাৰতৰ চমক

দুটা স্বৰ্ণসহ ৫টাকৈ পদক আজুৰিলে ভাৰতে

১০ মিটাৰ এয়াৰ পিষ্টলত স্বৰ্ণ পদক পালাক গুলীয়াৰ

ব্যক্তিগত শাখাত স্বৰ্ণ পদক আজুৰিলে পালাক গুলীয়াই

একেটা ইভেণ্টত ৰূপৰ পদক লাভ ঈশা সিঙৰ

ৰাইফল শ্বুটিং ইভেণ্টত স্বৰ্ণসহ বিশ্ব ৰেকৰ্ড ভাৰতৰ

৫০ মিটাৰ ৰাইফল থ্ৰি পজিচনৰ দলীয় ইভেণ্টত স্বৰ্ণ জয়

১,৭৬৯ পইণ্টেৰে নতুন বিশ্ব ৰেকৰ্ডো গঢ়িলে ভাৰতীয় দলটোৱে

দলটোত আছিল ঐশ্বৰী টোমৰ, সুৰেশ কুছেলা, অখিল চেৰন

টেনিছৰ ডাবলছত ৰূপৰ পদক ৰামনাথন-মাইনেনীৰ

ফাইনেলত টাইপীছৰ যুটীৰ হাতত পৰাস্ত ভাৰতীয় দলটো

স্কোৱাডতো মহিলাৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক ভাৰতৰ

বৰ্তমানলৈকে ৮টা সোণ, ১২টা ৰূপ, ১২টা ব্ৰঞ্জৰ পদক ভাৰতলৈ

৮টাকৈ স্বৰ্ণ জয়েৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.