Covid-19Government SchemeSocialঅসম

চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা! কি কি আছে এই নিৰ্দেশনাত…

প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত লগাব লাগিব ফলক

ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা। মৰিগাঁৱত এই কৰে ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

নিৰ্দেশনা অনুসৰি,

⬛কাৰ্যালয়ৰ মুৰব্বীক টিকাকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

⬛৩ দিনৰ ভিতৰত কৰ্মচাৰীৰ টিকাকৰণ সম্পূৰ্ণ কৰিব লাগিব।

⬛ভেকচিন নোলোৱাসকলৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিব লাগিব

⬛৬ ছেপ্টেম্বৰত প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত ফলক লগাব লাগিব।

⬛ফলকত লিখা থাকিব ‘আমি সকলোৱে টিকা গ্ৰহণ কৰিছোঁ’

⬛কাৰ্যালয়ৰ মুৰব্বীয়ে এই দায়িত্ব পালন কৰিব লাগিব।

⬛শিক্ষানুষ্ঠানৰ বাবেও একে ব্যৱস্থা।

⬛বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী-শিক্ষাৰ্থীৰ টিকাকৰণ কৰিব লাগিব।

⬛শ্ৰেণীত উপস্থিত থাকিবলৈ হ’লে শিক্ষাৰ্থীয়ে ভেকচিন ল’ব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.