অসমদুৰ্ঘটনা

ৰাষ্ট্ৰপতিৰ এছক’ৰ্টৰ গাড়ীৰ খুন্দাত নিহত এজন, তেজেৰে ৰাঙলী বোকাখাতৰ ৰাজপথ…

এখন, দুখন নহয়, মৃত ৰামেশ্বৰ ৰবিদাসৰ গাৰ ওপৰেৰে পাৰ হৈ গ'ল ৰাষ্ট্ৰপতিৰ কনভয়ৰ তিনিখন গাড়ী

ৰাষ্ট্ৰপতিৰ কাজিৰঙা যাত্ৰাত অঘটন! ৰাজপথ ভৰিছে তেজৰ ডোঙাৰে। ৰাষ্ট্ৰপতিৰ কনভয়ৰ বাহনৰ খুন্দাত নিহত এজন লোক। বোকাখাতত সংঘটিত এই দুৰ্ঘটনা।

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা ৰাষ্ট্ৰপতিগৰাকীৰ এছক’ৰ্টৰ বাহনে খুন্দিয়াই থৈ গ’ল এজন স্থানীয়ক। মৃত লোকজন বোকাখাত মিলন পূৰ্বৰ ৰামেশ্বৰ ৰবিদাস। বোকাখাত JDSG কলেজৰ সন্মুখতে ৰাষ্ট্ৰপতিৰ কনভয়ে মহতিয়াই নিয়ে লোকজনক। এখন, দুখন নহয়, মৃত ৰামেশ্বৰ ৰবিদাসৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল ৰাষ্ট্ৰপতিৰ কনভয়ৰ তিনিখন গাড়ী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button