Assamঅসমআঞ্চলিকদৈনিক বাতৰি

বৰপথাৰত জব্দ বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ, বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ সাৰখিনি

বৰপথাৰত জব্দ বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ, বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ সাৰখিনি

বৰপথাৰত জব্দ বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ

বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ সাৰখিনি

জব্দ ৩০০ বেগ ইউৰিয়া সাৰৰ লগতে ১০০ বেগ ময়দা

সাৰখিনিৰ সৈতে আটক ২ সৰবৰাহকাৰীক

আটক ডবকাৰ ৰকিব আলী

তিতাবৰৰ ৰঞ্জন ভূঞাক আটক

তুলিৰ পৰা ডিমাপুৰ অভিমুখী আছিল ট্ৰাকখন

জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-03BC-8888

অধিক তথ্যৰ বাবে জেৰা অব্যাহত সৰবৰাহকাৰীক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + three =

Back to top button