আন্তঃৰাষ্ট্ৰীয়

পুনৰ আমেৰিকাত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।

লাডেনৰ বিৰুদ্ধে চলা অভিযানতো ব্যৱহাৰ হৈছিল এই বিমানখন।

পুনৰ আমেৰিকাত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। সেনাৰ দুখনকৈ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত হোৱা অত্যাধুনিক যুঁজাৰু বিমানখন ‘ব্লেক হক’। দুৰ্ঘটনাটোত ৯জনকৈ সেনা জোৱানৰ মৃত্যু হয়।

উল্লেখনীয় যে, লাডেনৰ বিৰুদ্ধে চলা অভিযানতো ব্যৱহাৰ হৈছিল এই ‘ব্লেক হক’বিমানখন। মুখামুখি সংঘৰ্ষত পতিত হৈছিল বিমান দুখন।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.