Socialভাৰত

ৰাজপথত নহয় ৰে’ল পথত কৃষক, ৬ ঘন্টীয়া কৃষকৰ প্ৰতিবাদৰ পিছতে অচল হৈ পৰিল ৰে’ল সেৱা…

সোমবাৰে ৰে'ল পথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয় কৃষকসকলে। সোমবাৰে ৬ ঘন্টীয়া 'Rail Roko' আন্দোলন সাৱ্যস্ত কৰে কৃষকে।

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰৰ হিংসাত্মক কাণ্ডৰ বিৰোধিতাৰে কৃষকৰ প্ৰতিবাদ। ৰে’ল পথ অৱৰোধ কৰি অমৃতচৰ, মুজ্জাফৰ নগৰ আৰু গাজীয়াবাদত প্ৰতিবাদ সাৱ্যস্ত কৃষকৰ।

ৰাজপথত নহয় ৰে'ল পথত কৃষক, ৬ ঘন্টীয়া কৃষকৰ প্ৰতিবাদৰ পিছতে অচল হৈ পৰিল ৰে'ল সেৱা...

প্ৰতিবাদকাৰীৰ অভিযোগ ” লক্ষীমপুৰ কাণ্ডৰ নিৰপেক্ষ তদন্ত হ’ব লাগে, শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক নিলম্বিত কৰিব লাগে”।

ৰাজপথত নহয় ৰে'ল পথত কৃষক, ৬ ঘন্টীয়া কৃষকৰ প্ৰতিবাদৰ পিছতে অচল হৈ পৰিল ৰে'ল সেৱা...

উত্তৰ প্ৰদেশৰ খেড়ীৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে ৰে’ল পথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয় কৃষকসকলে। সোমবাৰে ৬ ঘন্টীয়া ‘Rail Roko’ আন্দোলন সাৱ্যস্ত কৰে কৃষকে। বিয়লি ৪ বজালৈকে অব্যাহত থাকে এই প্ৰতিবাদ।
ৰে’ল পথ অৱৰোধৰ ফলত স্তব্ধ হৈ পৰে ৰে’ল যাত্ৰা। যাৰ বাবে পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ ১৩০ টা স্থানত বন্ধ হৈ পৰে প্ৰায় ৫০ খন ট্ৰেইনৰ চলাচল।

ৰাজপথত নহয় ৰে'ল পথত কৃষক, ৬ ঘন্টীয়া কৃষকৰ প্ৰতিবাদৰ পিছতে অচল হৈ পৰিল ৰে'ল সেৱা...

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লক্ষীমপুৰত ৩ অক্টোবৰত সংঘটিত হৈছিল এক হিংসাত্মক ঘটনা। দিনটোত কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদত বহিছিল কৃষকসকল। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে এখন তীব্ৰ বেগী বাহনে মহতিয়াই লৈ গৈছিল প্ৰতিবাদকাৰীক । এই ঘটনাত নিহত হৈছিল ৮ জন কৃষকৰ লগতে এজন সাংবাদিক। এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই প্ৰতিবাদ সাৱ্যস্ত কৰে কৃষকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + fifteen =

Back to top button