leatest updatenationalPMo indiapolitical

জ্বলিছে বাংলাদেশ! কিন্তু কিয়?

সুকলমে বাংলাদেশৰ পৰা দেশলৈ উভতিল ৩০০ ভাৰতীয় ছাত্ৰ।

প্ৰতিবাদৰ অগনিত জ্বলিছে বাংলাদেশ। চৰকাৰী চাকৰিত আৰক্ষণৰ বিৰোধিতাৰে উগ্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে চৰকাৰী TV চেনেল BTVৰ কাৰ্যালয়। উগ্ৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে কাৰ্যালয়ৰ ৬০খন বাহন।

প্ৰতিবাদকাৰী ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজতো সংঘটিত হয় হিংসাত্মক আক্ৰমণ। নিহত প্ৰতিবাদকাৰীৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি। প্ৰতিবাদত আহত ৩ হাজাৰত কৈও অধিক লোকৰ।

বাংলাদেশৰ ঘটনাক লৈ সতৰ্কতা জাৰি ভাৰতীয় দুতাবাসৰ। চৰকাৰী চাকৰিৰ ৫৬% আসন সংৰক্ষণৰ বাবে জ্বলিছে বাংলাদেশ। সুকলমে বাংলাদেশৰ পৰা উভতিল ৩০০ ভাৰতীয় ছাত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.