অসমগুৱাহাটীদৈনিক বাতৰি
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন, জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন, জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা
![গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন, জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন, জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা](https://prathamkhabartv.com/wp-content/uploads/2023/05/vlcsnap-2023-05-10-19h29m40s320-780x470.png)
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন
জব্দ ৫৭ লাখ ৫০ হাজাৰ টকা
GRPৰ অভিযানত জব্দ বিশাল পৰিমাণৰ ধন
ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ টকাখিনি
ডিব্ৰুগড়ৰ পৰা আহিছিল দুই সৰবৰাহকাৰী
দুই সৰবৰাহকাৰীক আটক আৰক্ষীৰ
হৃষিকেশ খান, তালৱীছ খানক আটক আৰক্ষীৰ
OC প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান
লোক দুজন ঝাৰখণ্ড আৰু ৰাজস্থানৰ
ডিব্ৰুগড়ৰ পৰা বিহাৰ যাবলৈ উঠিছিল ৰে’লত