অপৰাধঅসমঅসম আৰক্ষী

প্ৰেমেই মাতিলে নেকি কাল? যুৱতীৰে কথা পাতি থাকোতেই চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

যুৱতীৰে কথা পাতি থকা অৱস্থাতে আক্ৰমণ

◾কাছাৰৰ উধাৰবন্দত চাঞ্চল্যকৰ ঘটনা

◾পথৰ কাষতে চোকা অস্ত্ৰৰে যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ

◾আহত যুৱকজনৰ নাম দীপাংকৰ দাস

◾সংকটজনক অৱস্থাত SMCHত চিকিৎসাধীন দীপাংকৰ

◾যুৱতীৰে কথা পাতি থকা অৱস্থাতে আক্ৰমণ

◾আক্ৰমণ কৰিয়েই পলায়ন দুই আক্ৰমণকাৰীৰ

◾প্ৰেমজনিত কাৰণতে আক্ৰমণৰ সন্দেহ আৰক্ষীৰ

◾উধাৰবন্দৰ ময়নাৰবন্দৰত নিশা এই ঘটনা

◾ঘটনা সন্দৰ্ভত উধাৰবন্দ আৰক্ষীৰ তদন্ত আৰম্ভ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.