অপৰাধঅসমঅসম আৰক্ষী

এইবাৰ চোৰৰ চাফাই অভিযান নাৰ্ছৰ বাসগৃহ!!

গোৱালপাৰাৰ ধূপধৰাত বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা। এইবাৰ চোৰে টাৰ্গেট কৰি ল’লে এগৰাকী নাৰ্ছৰ বাসগৃহ।

গোৱালপাৰাৰ ধূপধৰাত বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা। এইবাৰ চোৰে টাৰ্গেট কৰি ল’লে এগৰাকী নাৰ্ছৰ বাসগৃহ।

ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত কৰ্মত চিকিৎসা কৰ্মী কমলা কুমাৰী দেবীৰ বাসগৃহত চোৰে চলালে চাফাই অভিযান।ক’ভিডৰ ভেকচিন প্ৰদান কাৰ্যত ব্যস্ত হৈ থকা চিকিৎসা কৰ্মীগৰাকীৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে দুৱাৰৰ তলা ভাঙি নগদ ধন সহ চুৰি কৰি নিয়ে সোণৰ অলংকাৰ।

ইতিমধ্যে ঘটনা সম্পৰ্কত ধূপধৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে চিকিৎসা কৰ্মী কমলা কুমাৰী দেৱীয়ে। চুৰিকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ধূপধৰা আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.