অৰ্থনৈতিকঅসমআঞ্চলিক

সাধাৰণ ৰাইজক মাধমাৰ শোধাই টোলগেট উপহাৰ ৰাজ্য চৰকাৰৰ

অসমত নিৰ্মাণ হ’ব মুঠ ২৭খন টোলগেট

সাধাৰণ ৰাইজক মাধমাৰ শোধাই পুনৰ টোলগেট উপহাৰ চৰকাৰৰ

অসমত নিৰ্মাণ হ’ব মুঠ ২৭খন টোলগেট

বৰ্তমান কাৰ্যক্ষম হৈ আছে ৯খন টোলগেট

শীঘ্ৰে কাৰ্যক্ষম হ’ব নিৰ্মাণ হৈ উঠা ৫খন টোলগেট

নিৰ্মাণকাৰ্য চলি আছে ৯খন টোলগেটৰ

নতুনকৈ আৰম্ভ হ’ব আৰু ৪খন টোলগেটৰ কাম

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালেই নিৰ্মাণ হ’ব ২৭খন টোলগেট

বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰত চৰকাৰৰ এই তথ্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.