অসমদৈনিক বাতৰি

চানডুবিত মেগা বৃক্ষৰোপণ কাৰ্যসূচী, অংশগ্ৰহণ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

চানডুবিত মেগা বৃক্ষৰোপণ কাৰ্যসূচী,অংশগ্ৰহণ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

চানডুবিত মেগা বৃক্ষৰোপণ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ অমৃত গছপুলি ৰোপণ কাৰ্যসূচী

বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত এই কাৰ্যসূচী

অংশগ্ৰহণ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়াৰ

উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী-বিধায়ক, প্ৰশাসনিক বিষয়াৰ গছপুলি ৰোপণ

২ অক্টোবৰত ১ কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী

গছপুলি ৰোপণৰ পূৰ্বে প’ৰ্টেলত কৰিব লাগিব পঞ্জীয়ন

গছপুলি ৰোৱাৰ ফটো আপলোড কৰিব লাগিব প’ৰ্টেলত

কামৰূপ গ্ৰাম্য জিলাৰ চানডুৱিত ৰাজ্য চৰকাৰৰ অমৃত গছপুলি ৰোপণ কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত অনুষ্ঠিত মেগা বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী, ৰাজ্যপালকে ধৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, ৰাজ্যৰ প্ৰতিজন বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব, প্ৰতিটো বিভাগৰ অধ্যক্ষ সচিব, IAS, ACS বিষয়াই। প্ৰতিগৰাকী মন্ত্ৰী-বিধায়ক, বিষয়াই ৰোপণ কৰে একোটাকৈ গছপুলি। ৰাজ্যপালৰ পত্নী, মুখ্যমন্ত্ৰীৰ পত্নীয়েও ৰোপণ কৰিলে গছপুলি। প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আৰু ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে মেগা গছপুলি ৰোপণ কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.