অসম

শিক্ষকসকলে নাপায় চৰকাৰৰ বিশেষ বন্ধ, চৰকাৰী শিক্ষকলৈ কি ঘোষণা শিক্ষামন্ত্ৰীৰ?

দুদিনীয়া বিশেষ ছুটীত সকলোৰে সৈতে সময় পাৰ কৰিবলৈ সুবিধা দিছিল চৰকাৰে।

ৰাজ্যৰ শিক্ষকসকলে নাপায় চৰকাৰৰ বিশেষ ছুটী। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৬ আৰু ৭ জানুৱাৰীত অসম চৰকাৰে ঘোষণা কৰা বিশেষ ছুটী নাপায় চৰকাৰী শিক্ষক আৰু কৰ্মচাৰীয়ে।

চৰকাৰী কৰ্মচাৰীসকলে মাক-দেউতাক, শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰিবলৈ অসম চৰকাৰে কৰিছিল বিশেষ ছুটীৰ ঘোষণা। দুদিনীয়া বিশেষ ছুটীত সকলোৰে সৈতে সময় পাৰ কৰিবলৈ সুবিধা দিছিল চৰকাৰে। অৱশ্যে সকলো চৰকাৰী কৰ্মচাৰীয়ে বিশেষ ছুটী পাব যদিও শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে ৬ আৰু ৭ জানুৱাৰীত নাপায় ছুটী। ইয়াৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ লাভ কৰিব চৰকাৰী শিক্ষকসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.