অসম

কটন বিশ্ববিদ্যালয়ত কোনে মাৰিলে শেষ হাঁহি?

বিপুল ভোটত জয়ী সভাপতি নিয়ৰ ডেকা

ঘোষণা হ’ল কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল

সাধাৰণ সম্পাদক পদত জয়ী ছাত্র মুক্তিৰ প্রাৰ্থী অভিষেক মহন্ত

সহকাৰী সাধাৰণ সম্পাদক পদত জুমি গগৈৰ জয়লাভ

উপ সভাপতিৰ পদত ছাত্র মুক্তিৰ হীনা দেউৰীৰ জয়

সভাপতি পদত জয় নিৰ্দলীয় প্রাৰ্থী নিয়ৰ ডেকাৰ

সাংস্কৃতিক সম্পাদকৰ পদত জয়ী চন্দ্র বণিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.