অসম

ঘৰলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে গাড়ীত লৈ গ’ল ঘন জংঘললৈ

জানিব পৰামতে একে গাঁৱৰে যুৱকজনে মহিলাগৰাকীক গাড়ীৰে ঘৰত থবলৈ নিয়াৰ চলেৰে ঘন জংঘলত নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে

ঘৰলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে গাড়ীত লৈ গ’ল ঘন জংঘললৈ। অবিশ্বাসী পিন্টু বিশ্বাস। হাৰি নগ’ল বিধবা মহিলাও। নগাঁৱত সংঘটিত এক জঘন্য কাণ্ড। লম্পদ যুৱকৰ কামনাৰ বলি এগৰাকী বিধবা মহিলা। নগাঁও জিলাৰ দাতিকাষৰীয়া ৰজাগাঁৱৰ দক্ষিণজ্বৰ বাগানৰ কলনীত সংঘটিত হৈছে এই জঘন্য কাণ্ড। স্থানীয় যুৱকৰ পৰাও হাৰি নগ’ল এগৰাকী বিধবা মহিলা। দিন হাজিৰা কামৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সন্ধিয়া মহিলাগৰাকীক ধৰ্ষণ কৰে পিন্টু বিশ্বাস নামৰ এজন স্থানীয় যুৱকে৷ জানিব পৰামতে একে গাঁৱৰে যুৱকজনে মহিলাগৰাকীক গাড়ীৰে ঘৰত থবলৈ নিয়াৰ চলেৰে ঘন জংঘলত নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে। ইতিমধ্যে ধৰ্ষণকাৰীক স্থানীয় ৰাইজে আটক কৰি কচুৱা থানাৰ আৰক্ষীক গতাই দিয়ে৷
বৰ্তমান কচুৱা আৰক্ষীয়ে দুয়োকে জিম্মাত লৈ থানালৈ লৈ যায় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.