আঞ্চলিক

স্তব্ধ হৈ পৰিছে নিজৰা, গোট মাৰিছে ঋষি গংগাৰ জলধাৰা, চাওক ফটো…..

বদ্ৰীনাথত প্ৰচণ্ড শীতৰ ফলত তাপমাত্ৰা ০ ডিগ্ৰীৰো তললৈ নামিছে আৰু ইয়াৰ ফলত ঋষি গংগাৰ ধৰা গোট মাৰি গৈছে।

শীতৰ আগমনৰ পিছতে এতিয়া বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। উত্তৰাখণ্ডতো দৈনিক পৰিৱৰ্তন ঘটিছে তাপমাত্ৰাৰ। সমগ্ৰ উত্তৰাখণ্ডত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে।

ठंड से ऐसा हुआ हाल कि बद्रीनाथ धाम में जम गई ऋषि गंगा की धारा, झरना भी हुआ ' फ्रीज' ! देखें तस्वीरें - badrinath rishi ganga streams freeze in  uttarakhand – News18 हिंदी

বদ্ৰীনাথত প্ৰচণ্ড শীতৰ ফলত তাপমাত্ৰা ০ ডিগ্ৰীৰো তললৈ নামিছে আৰু ইয়াৰ ফলত ঋষি গংগাৰ ধৰা গোট মাৰি গৈছে। পুৱা–গধূলি বদ্ৰীনাথৰ তাপমাত্ৰা বহু তললৈ নামে।

ठंड से ऐसा हुआ हाल कि बद्रीनाथ धाम में जम गई ऋषि गंगा की धारा, झरना भी हुआ ' फ्रीज' ! देखें तस्वीरें - badrinath rishi ganga streams freeze in  uttarakhand – News18 हिंदी

শীতৰ প্ৰকোপত ইয়াত থকা সুৰক্ষাকৰ্মীসকলে কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। বদ্ৰীনাথ ধামত বৈ থকা নিজৰা গোট মাৰি বৰফ হৈছে।বদ্ৰীনাথ ধামৰ সুৰক্ষাত নিয়োজিত উত্তৰাখণ্ড আৰক্ষীৰ জোৱানে কয় যে যদি নিশা পানীৰ পাইপ বন্ধ কৰি দিয়া হয় তেন্তে পুৱা সেয়া বৰফৰ আকাৰ লয়। অৰ্থাৎ পানী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

ठंड से ऐसा हुआ हाल कि बद्रीनाथ धाम में जम गई ऋषि गंगा की धारा, झरना भी हुआ ' फ्रीज' ! देखें तस्वीरें - badrinath rishi ganga streams freeze in  uttarakhand – News18 हिंदी

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.