APSCAssamleatest updateঅসমদৈনিক বাতৰি

CID ৰ কাৰ্যালয়ত হাজিৰ বিতৰ্কিত APS ৰুমী তিমুংপী, জালিয়াতিৰে APSCৰ চাকৰি লাভ কৰিছিল APS ৰুমীয়ে

CID ৰ কাৰ্যালয়ত হাজিৰ বিতৰ্কিত APS ৰুমী তিমুংপী

CID ৰ কাৰ্যালয়ত হাজিৰ বিতৰ্কিত APS ৰুমী তিমুংপী

জালিয়াতিৰে APSCৰ চাকৰি লাভ কৰিছিল APS ৰুমীয়ে

DGPৰ মেডেলপ্ৰাপ্ত APS বিষয়া আছিল ৰুমী তিমুংপী

APS ৰুমী তিমুংপীৰ জালিয়াতিৰ তথ্য ফাদিল

বৃহৎ ধনৰ বিনিময়ত চাকৰি লৈছিল ৰাকেশ পালৰ পৰা

উত্তীৰ্ণ হোৱা নাছিল APSCৰ মূল পৰীক্ষাত

২০১৩ত ST HILLSৰ কাটঅৱ মাৰ্ক আছিল ৬৩১

সমাজতত্ত্বত ৰুমীয়ে পাইছিল ৭৭ নম্বৰ

টেবুলেশ্যন শ্বীটত বঢ়াই দিয়া হৈছিল ৫০ নম্বৰ

ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত পাইছিল ৬১ নম্বৰ

৬১ নম্বৰ টেবুলেশ্যন শ্বীটত হৈছিল ১১১

ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় প্ৰশ্নকাকতত পাইছিল ৫০

ইংৰাজীত বৃদ্ধি কৰা হৈছিল ৫০ নম্বৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.