Assamnationalঅসমদৈনিক বাতৰি

অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আজি ১৩৮ সংখ্যক জন্মজয়ন্তী….

অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আজি ১৩৮ সংখ্যক জন্মজয়ন্তী....

অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আজি ১৩৮ সংখ্যক জন্মজয়ন্তী। শব্দৰ অমোঘ শক্তিৰে অসমীয়াৰ প্ৰাণত জাতীয়তাবোধৰ স্পন্দন তোলা অসম কেশৰীলৈ ৰাজ্যবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি।

১৮৮৫ চনৰ ১৮ ডিচেম্বৰতে বৰপেটাৰ পিতৃ কৃষ্ণৰাম ৰায়চৌধুৰীৰ ঔৰষত আৰু মাতৃ দৈৱকী দেৱীৰ গৰ্ভত জন্ম লৈছিল অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। বৃটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গৰজি উঠা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী যুগ যুগ ধৰি অসমীয়াৰ বাবে হৈ আছে জাতীয়তাবোধ আৰু প্ৰেৰণাৰ উৎস।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.