আন্তঃৰাষ্ট্ৰীয়

কোনে গুলিয়ালে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক?

গুলীচালনাত অন্য ৫জন লোক গুৰুতৰভাৱে আহত

◼ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ

◼ ভৰিত গুলীয়ে আঘাত কৰিছে ইমৰান খানৰ

◼ দৈৱক্ৰমে প্ৰাণৰক্ষা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ

Former Pakistan PM Imran Khan injured in firing during rally - India Today

◼ গুলীচালনাত ৫জনকৈ লোক গুৰুতৰভাৱে আহত

◼ ইছলামাবাদত উলিওৱা এটা সমদলৰ সময়তে এই ঘটনা

◼ পাকিস্তানৰ ৱাজিৰাবাদত এই ঘটনা সংঘটিত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button