Assamleatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

ৰহাত বন্যহস্তীৰ মুকলি বিচৰণকলৈ আতংক, জাগীয়াল পঞ্চায়তৰ হাতীমুৰাত বন্যহস্তীৰ বিচৰণ….

ৰহাত বন্যহস্তীৰ মুকলি বিচৰণকলৈ আতংক, জাগীয়াল পঞ্চায়তৰ হাতীমুৰাত বন্যহস্তীৰ বিচৰণ....

ৰহাত বন্যহস্তীৰ মুকলি বিচৰণকলৈ আতংক

জাগীয়াল পঞ্চায়তৰ হাতীমুৰাত বন্যহস্তীৰ বিচৰণ

প্ৰায় ডেৰশ হাতীৰ জাককলৈ নিশা আতংক

তিনিটা পৰিয়ালৰ ঘৰ ভাঙিলে বনৰীয়া হাতীয়ে

নষ্ট কৰিলে বাৰীৰ তামোল, কল, নাৰিকল গছ আদি

ঘৰৰ চোতালত চপাই থোৱা ধানো খালে হাতীয়ে

সময়মতে উপস্থিত নহ’ল বনবিভাগ প্ৰশাসনৰ লোক

ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষোভ বিভাগৰ বিৰুদ্ধে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.