AssamCrimeleatest updatescam

APSC কেলেংকাৰিক লৈ তদন্ত আৰম্ভ চৰকাৰৰ

দোষী সাব্যস্ত হোৱা ৩৪ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

APSC কেলেংকাৰিক লৈ তদন্ত আৰম্ভ চৰকাৰৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা

দোষী সাব্যস্ত হোৱা ৩৪ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ

২০১৫ৰ APSCৰ পৰীক্ষাৰ বহীত হৈছিল বিসংগতি

ইতিমধ্যে নিলম্বন হৈছে ৫৭গৰাকী ৰাজপত্ৰিত বিষয়া

৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

ন্যায়াধীশ বি কে শৰ্মাৰ প্ৰতিবেদনৰ আধাৰত গ্ৰহণ কাৰ্যব্যৱস্থা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 7 =

Back to top button